Abani Chakravarty

A humanitarian poet

Welcome

The website ‘Abani Chakravarty’ is the latest offering of ‘Kabita Prakashan’, the humble publication enterprise that the poet himself started. It was devoid of any profit motive. We hope this site will bring the works of Abani closer to the new generation as well as literature enthusiasts, students and readers from any part of the world.

Read more about the poet →

জপনামুখ

‘অৱনী চক্ৰৱৰ্তী’ (Abani Chakravarty) ৱেবচাইট কবিতা প্ৰকাশনৰ শেহতীয়া নিবেদন। আমি আশা কৰিছো আমাৰ এই ৱেবচাইটে কবি অৱনী চক্ৰৱৰ্তীৰ সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্ম তথা পৃথিৱীৰ যি কোনো প্ৰান্তত থকা সাহিত্য অনুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ কাষলৈ লৈ যাব।

কবিৰ বিষয়ে অধিক পঢ়ক →

Latest poems · শেহতীয়া কবিতা

হাতত তুলি লোৱা

November 21, 2026

মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি…

কাৰ সহায়ত সিহঁতে যুঁজে

November 21, 2026

কাৰ সহায়ত সিহঁতে যুঁজে মোৰেই কান্ধত বন্দুক থৈ বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু অথচ অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু মোৰেই অপমান! কোন শক্তিমান? ঘৃণিত…

উত্তৰৰ তৰা

November 21, 2026

জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে। জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে। মোৰ হাততো অস্ত্ৰ কেৱল সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে। অস্ত্ৰতো মোৰ হাততেই…

এন্ধাৰ বাটৰ এগছি পোহৰ

November 21, 2026

পোহৰ আনোগে’ বুলি আন্ধাৰ হোৱাৰ লগে লগে ল’ৰাটি ওলাই গ’ল। উভতি আহিব বুলি সি বহুপৰ বুঢ়ীআয়ে অন্ধকাৰ কুঠৰীত শীৰ্ণমুখে আশাৰ শলিতা পুৰি   বাট চাই ৰ’ল।…

কবিতাৰ কাৰণে

November 21, 2026

ইয়ালৈ কিয় আহিলো এটা কবিতা পঢ়িম বাঃ বাঃ দিবা ৰুমালেৰে ঘাম মচিম চিগাৰেট যাচিবা। মই ইমান অস্থিৰ এটা কবিতাৰ কাৰণে মোৰ জন্ম মোৰ জন্মান্তৰ। সপোন…

ইয়াত এদিন

November 21, 2026

তাই যদি ৰহদৈ আছিল কেনি গ’ল নাজানো। তাই মোৰ কবিতা আছিল বাৰে বাৰে বিচাৰি ঘূৰিছো। এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত তাইক পাইছিলো চুঙা চাকিৰ তভকত…

Explore · চাওক