কবি অৱনী চক্ৰৱৰ্তী: স্মৃতি আৰু সৃষ্টি… আমাৰ দু-আষাৰ
আমাৰ দু-আষাৰ কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ অসংখ্য টুকুৰা স্মৃতি বহুজন খ্যাত-অখ্যাত লোকে লৈ ফুৰিছে এতিয়াও। সেই ভিন্ন স্মৃতিৰ কিছু অংশহে আমি এই সংকলনত সন্নিৱিষ্ট কৰিব পাৰিলো। এই প্ৰয়াস চলি থাকিব। তেখেতৰ একান্ত ব্যক্তিগত লিখনিটোও [১২ নৱেম্বৰ, ১৯৯৪, শনিবাৰ] আমি এই সংকলনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিলো। তেখেতৰ জীৱন আৰু সৃষ্টিৰ বিষয়ে আলোকপাত কৰা এই লিখনিসমূহ যথাসময়ত…
