এন্ধাৰ বাটৰ এগছি পোহৰ
পোহৰ আনোগে’ বুলি আন্ধাৰ হোৱাৰ লগে লগে ল’ৰাটি ওলাই গ’ল। উভতি আহিব বুলি সি বহুপৰ বুঢ়ীআয়ে অন্ধকাৰ কুঠৰীত শীৰ্ণমুখে আশাৰ শলিতা পুৰি বাট চাই ৰ’ল। অতপৰে উভতি নহাত বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল। হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল যেতিয়া শুনিলে ৰাতুল পুতুল আৰু যদুৰাম…
