Kannada Translation
Kannada Translation

Kannada Translation

Abani Chakravarty—Dr. Nagen Saikia অৱনী চক্ৰৱৰ্তীৰ ‘স্ব-নিৰ্বাচিত কবিতা’ কবিতাপুথিখনৰ কাৰণে লিখা (বেটুপাতত প্ৰকাশিত, প্ৰকাশক: পুথি নিকেতন)
Niruddista kabi abani chakravarty
Khoj–A poem dedicated to Poet Abani Chakravarty by Kabeen Phukan
মই মাটি বুলিলে মাটি পানী বুলিলে পানী নহয়। মাটি, পানী, বায়ুৰ মাজেদি বতাহৰ দৰে তোমাৰ অনুভৱত মই জুই দিয়া নাই। তুমিহে মোৰ ঈশ্বৰ শোকত কান্দিছিলো বাবে উৰি গ’ল বুকুৰ চৰাই মোৰ ৰোষৰ অগ্নিক বুলিলা প্ৰথম কবিতা। বাঢ়ি যোৱা যন্ত্ৰণা ব্যাধি জাপি দিলো দশৰথৰ গাত কৈকেয়ী আছিল বিবেক বাসনা পাপৰ সন্তান বল্মীকত পালো ঘূৰি গ’ল নিহত…
কাৰ সহায়ত সিহঁতে যুঁজে মোৰেই কান্ধত বন্দুক থৈ বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু অথচ অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু মোৰেই অপমান! কোন শক্তিমান? ঘৃণিত বাঘ? শান্তিৰ নামত সিহঁতে যি আটাহ পাৰি গায় ধৰ্ম বুলি সিহঁতে কৰে ঘৃণ্যলীলা। শান্তি মানে সিহঁতে বুজে নিৰ্বিবাদে হত্যাকাণ্ড চলাই নিয়া চলচাতুৰি, বৰ্ণবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ লৈ ‘সমাজবাদ’ৰ ছিটিকা সাজি সিহঁতেই…
কি আহে যায় য’ত আচল কথাটো লুকাই ৰখাটোৱে আচল কথা তাত এইবোৰ কি কবিতাৰ মূল্য সৌন্দৰ্য্য চৰ্চা নন্দনতত্ত্ব ঘাটি ঘাটি উলিওৱা প্ৰতীকী ব্যঞ্জনা-কল্পচিত্র তুমি আলাসত চাংপাতা অথবা চকু মুদি থাকা কি আহে যায় ফাঁচী দি মাৰিলে ভুমাইয়া কিষ্টা গুলিত মাৰিলে সন্তান তোমাৰ কি আহে যায় চোমালিল্যাণ্ড আফ্ৰিকা সস্তা জীৱন । সস্তা তেল – দামী বিবৄতি…