निरुद्देश्य यात्रा—समीर तांती
Niruddeshya Yatra by Sameer Tanti

Niruddeshya Yatra by Sameer Tanti

কালি ৰাতি নানকাৰ ভয়ৰাত পণবন্দী আছিলো কবিতাৰ খাজনাবিহীন মাটিত দিব লাগিছিল কৰ। কবিতা পণ্য নহয় এই আছিল আদৰণি পোষ্টাৰ মাও ছে টুং, হো-চি মিনে বন্ধা ঘৰ। নকৈ সজা ৰূপজ্যোতিৰ প্ৰেক্ষাগৃহই নধৰে মানুহ উঠি গৈ বহল হ’ল নঙলা নামঘৰ আৰু বাজি উঠিল সমৰৰ কণ্ঠতো সুৰৰ দেউলৰে…. সুন্দৰ পূজাৰী কণ্ঠৰ বৰ্ণালী বীণৰ তাঁৰতো বান্ধ খালে বন্দুকৰ শব্দতো…
জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে। জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে। মোৰ হাততো অস্ত্ৰ কেৱল সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে। অস্ত্ৰতো মোৰ হাততেই থাকে কেৱল সিহঁতে মোক বাৰে বাৰে নিহত কৰে বাৰে বাৰে মোক শ্বহীদ কৰে মই আজি দৌৰি ফুৰো দৌৰি ফুৰো কাৰো কথা নামানো। মনে মনে নাথাকো নুমাই দিয়া চাকিবোৰ ময়েই জ্বলাওঁ…
কবি অৱনী চক্ৰৱৰ্তী বিংশ শতাব্দীৰ শেষাৰ্দ্ধৰ অসমীয়া সাহিত্যৰ এগৰাকী মানৱদৰদী কবি। মূলতঃ কবিতা লিখিলেও তেওঁৰ কৰ্মৰাজিৰ ভিতৰত আছে দুখন উপন্যাসিকা আৰু তৃতীয় বিশ্বৰ কবিতাৰ অনুবাদ কৰ্ম। জীৱনৰ আগছোৱা চক্ৰৱৰ্তীৰ জন্ম হৈছিল অসমৰ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী সংমণ্ডলত (এতিয়া নলবাৰী জিলা) ১৯৪১ চনৰ ৩ জানুৱাৰীত এক ব্ৰাহ্মণ পৰিয়ালত। অৱনীয়ে অসমীয়া সাহিত্যলৈ সৰহকৈ অৱদান আগবঢ়াবলৈ আৰম্ভ কৰে…
Jeevanar Sandhanat Ejon Kabi by Ismail Hossain
মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…
Abani Chakravarty, a poem by Anuvab Tulasi. The poem has been dedicated to the Assamese humanitarian poet Abani Chakravarty who has remained missing since 12 November 1994.