ইয়াত এদিন

  • | |

    ইয়াত এদিন

    তাই যদি ৰহদৈ আছিল কেনি গ’ল নাজানো। তাই মোৰ কবিতা আছিল বাৰে বাৰে বিচাৰি ঘূৰিছো। এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত তাইক পাইছিলো চুঙা চাকিৰ তভকত জলমলাই উঠিছিল চলচলীয়া এযুৰি চকু। কপিলীয়ে সুধিছিল ঃ তুমি বিচাৰিছা কি? গধুলিৰ আন্ধাৰ তোৰণেদি দ-গড়াৰ বুকুত বহিছিলো আৰু তাই তেনেকৈয়ে খান্দি আছিল মোক। তাই ৰহদৈ আছিল নে নাই নাজানো তাইৰ…