উত্তৰৰ তৰা
জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে। জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে। মোৰ হাততো অস্ত্ৰ কেৱল সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে। অস্ত্ৰতো মোৰ হাততেই থাকে কেৱল সিহঁতে মোক বাৰে বাৰে নিহত কৰে বাৰে বাৰে মোক শ্বহীদ কৰে মই আজি দৌৰি ফুৰো দৌৰি ফুৰো কাৰো কথা নামানো। মনে মনে নাথাকো নুমাই দিয়া চাকিবোৰ ময়েই জ্বলাওঁ…
