विरल कवि हैं अवनी चक्रवर्ती—उपेन्द्र नाथ शर्मा (समीक्षक)
Viral Kavi Hai Abani Chakravarty-by Upendra Nath Sharma

Viral Kavi Hai Abani Chakravarty-by Upendra Nath Sharma

অৱনী চক্ৰৱৰ্তীক প্ৰথম কেতিয়া লগ পাইছিলো, এতিয়া মনত পেলাব পৰা নাই; বয়সৰ লগে লগে স্মৃতিও লাহে লাহে ধূসৰ হৈ আহিছে। তথাপি তেওঁক বহুবাৰ লগ পাইছোঁ, তেওঁৰ বুকুৰ যন্ত্ৰণাৰ বাঁহীৰ অমিয়া মাধুৰী পান কৰিছোঁ;– মাটিৰ মানুহ তেওঁ, মাটিৰ নিচেই কাষতে থাকি শুনিছিল দুখৰ ৰামায়ণ, বিচাৰিছিল দুঃস্থ জনতাৰ মুক্তি। তেওঁ স্বপ্ন দেখিছিল সঁচা, কিন্তু দুঃস্বপ্নয়ো তেওঁৰ যন্ত্ৰণা…
poetabani.com website জপনামুখ অৱনী চক্ৰৱৰ্তী’ (Abani Chakravarty) ৱেবচাইট কবিতা প্ৰকাশনৰ শেহতীয়া নিবেদন। আমি আশা কৰিছো আমাৰ এই ৱেবচাইটে কবি অৱনী চক্ৰৱৰ্তীৰ সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্ম তথা পৃথিৱীৰ যি কোনো প্ৰান্তত থকা সাহিত্য অনুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ কাষলৈ লৈ যাব। কবি অৱনী চক্ৰৱৰ্তীৰ জন্মদিন ৩ জানুৱাৰীৰ দিনটো আমি কবিগৰাকীৰ পৰিয়ালে পালন কৰি আহিছো৷ এই দিনটোত…
Abani Chakravarty (Assamese: অৱনী চক্ৰৱৰ্তী) was an Assamese humanitarian poet of the late twentieth century Assamese literature. Apart from original poetry his works included two novelettes and translations of the third-world poetry. Early life Chakravarty was born in Nalbari subdivision (now Nalbari district) of Undivided Kamrup district of Assam, India on 3 January 1941 to…
মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…
তোমাৰ মজিয়াত তুমি থাকিব পাৰিলানে কথা ক’ব পাৰিলানে তুমি থাকিব পাৰিলানে… প্ৰতিটো নজন্মা শিশুকে বেচি তুমি কেনেকৈ টেলিভিছনৰ ৰঙীন নিচাত মাতাল হোৱা- ময়োতো বিচাৰো গ্ৰহান্তৰৰ বতৰা পৃথিৱীখন কৰিব খোজো হাতৰ তলুৱা গ্ৰহবোৰ মৰমৰ জৰীৰে বান্ধি উমলিব খোজো। তাৰ আগতে লাগে মোক পিয়াহৰ পানী ভোকৰ ভাত ৰাতিৰ আশ্ৰয় আৰু উশাহৰ অম্লজান… দুবাহুৰে সপোন সাবটি নিদ্ৰাৰ কোলাত…
Ek Gumnam Kavi Ko Talash–by Ravishankar Ravi