Abani Chakravarty
  • Home
  • Messages
  • Works
    • Books
    • Poetry
      • Original Assamese
      • Translations
        • English
        • Hindi
        • Other Regional
          • Bengali
          • Bodo
          • Kannada
    • Prose
      • Articles
      • Novels
  • More
    • About Abani
      • Poetry about Abani
      • Prose about Abani
  • Gallery
  • Multimedia
  • Bio
    • Lettters etc.
    • News
  • Updates
  • Contact
    • Feedback
  • Prakashan
    • poetabani.com website
    • About Abani Chakravarty
    • কবি অৱনী চক্ৰৱৰ্তীৰ বিষয়ে
    • कवि अवनी चक्रवर्ती
    • অবনী চক্ৰবৰ্তী
    • Poetry Index
  • shop

Abani Chakravarty

A humanitarian poet

  • Home
  • Messages
  • Works
    • Books
    • Poetry
      • Original Assamese
      • Translations
        • English
        • Hindi
        • Other Regional
          • Bengali
          • Bodo
          • Kannada
    • Prose
      • Articles
      • Novels
  • More
    • About Abani
      • Poetry about Abani
      • Prose about Abani
  • Gallery
  • Multimedia
  • Bio
    • Lettters etc.
    • News
  • Updates
  • Contact
    • Feedback
  • Prakashan
    • poetabani.com website
    • About Abani Chakravarty
    • কবি অৱনী চক্ৰৱৰ্তীৰ বিষয়ে
    • कवि अवनी चक्रवर्ती
    • অবনী চক্ৰবৰ্তী
    • Poetry Index
  • shop

The website ‘Abani Chakravarty’ is the latest offering of ‘Kabita Prakashan’, the humble publication enterprise that the poet himself started. It was devoid of any profit motive. We hope this site will bring the works of Abani closer to the new generation as well as literature enthusiasts, students and readers from any part of the world. The family of Abani Chakravarty has been celebrating the birth anniversary of the poet every year through publication of his original works and their translations, literary meetings etc. Various organisations too have been holding programmes in different parts of Assam to pay tribute to the poet. We appeal to them to give us the details of those programmes. The director duo Bhaskar Jyoti Das and Waribam Dorendra have made a film highlighting a part of the poet’s life. However, a compilation of the complete works of the poet is yet to be published

জপনামুখ

অৱনী চক্ৰৱৰ্তী’ (Abani Chakravarty) ৱেবচাইট কবিতা প্ৰকাশনৰ শেহতীয়া নিবেদন। আমি আশা কৰিছো আমাৰ এই ৱেবচাইটে কবি অৱনী চক্ৰৱৰ্তীৰ সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্ম তথা পৃথিৱীৰ যি কোনো প্ৰান্তত থকা সাহিত্য অনুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ কাষলৈ লৈ যাব। কবি অৱনী চক্ৰৱৰ্তীৰ জন্মদিন ৩ জানুৱাৰীৰ দিনটো আমি কবিগৰাকীৰ পৰিয়ালে পালন কৰি আহিছো৷ এই দিনটোত তেখেতৰ সৃষ্টিৰাজিৰ প্ৰকাশ, অনুবাদ, সাহিত্য অনুষ্ঠান অনুষ্ঠিত কৰা আদি কাৰ্যসূচী হাতত লোৱা হৈ আছে৷ কবি চক্ৰৱৰ্তীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিও বহু অনুষ্ঠান অসমৰ চুকে কোনে অনুষ্ঠিত হৈ আছে। সেইসমূহৰ সবিশেষ আমাক জনাবলৈ অনুৰোধ জনালোঁ৷ বোলছবি নিৰ্মাতা ভাস্কৰ জ্যোতি দাস আৰু ৱাৰিবাম ডৰেন্দ্ৰৰ উদ্যোগত কবিৰ জীৱনৰ একাংশক আলোকপাত কৰি বোলছবিও নিৰ্মাণ কৰা হৈছে৷ কিন্তু কবি অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ সমগ্ৰ সংকলন এতিয়াও প্ৰকাশ হ’বলৈ বাকী৷ এইক্ষেত্ৰত কোনো আগ্ৰহী ব্যক্তি বা অনুষ্ঠানে সমগ্ৰ সংকলন প্ৰকাশৰ উদ্যোগ ললে আমি পৰিয়ালৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ আগবঢ়াম৷ হিন্দী, বড়ো, বাংলা, ইংৰাজী , কানাড়া ভাষাত তেওঁৰ কবিতা অনুদিত হৈছে

Recent Posts

  • জপনামুখ
  • Kannada Translation
  • খোজ—কবীন ফুকন
  • অৱনী চক্ৰৱৰ্তী—অনুভৱ তুলসী
  • অৱনীক উদ্দেশ্যি—হৰি বৰকাকতি

Contact Us

Hi readers, if you have any queries or need information do contact us at +918638970376 or mail us at poetabani@gmail.com. Writers can send their writer-ups too to the same email mentioned above.

Stay Update

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

  • Facebook
  • Twitter
  • Google +
  • Instagram
  • Pinterest
  • Snapchat
  • Vimeo
  • RSS

All rights reserved by © Kabita Prakashan, Kharghuli, Guwahati, Pin: 781004, Assam, India


Back To Top